সাধাৰণতে গৰ্ভধাৰণ ৰোধৰ বাবে বিভিন্ন উপায় আছে যেনে কণ্ডমৰ ব্যৱহাৰ, গৰ্ভনিৰোধক বড়ি বা অন্যান্য দীৰ্ঘকালীন গৰ্ভনিৰোধক পদ্ধতি। কোনো তৃতীয় লিংগৰ ব্যক্তিৰ গৰ্ভধাৰণ বিষয়ে ভাবিলে এইটো আমাৰ মনলৈ আহে যে হয়টো এই সকল লোকৰ দেহ গৰ্ভধাৰণৰ বাবে উপযুক্ত নহয়, সেয়ে হ'লেও এনে ব্যক্তি সকল নিশ্চয়কৈ সাৱধান হোৱা দৰকাৰ আৰু গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ উপলব্ধ ব্যৱস্থা সমূহ গ্ৰহণ কৰা দৰকাৰ।
গৰ্ভধাৰণৰ পৰীক্ষণ, বা এই সম্পৰ্কে অন্য ব্যক্তিৰ সৈতে আলোচনা কৰা বা জন্ম নিয়ন্ত্ৰণৰ ব্যৱস্থা লোৱা ইত্যাদি সমূহ বিভিন্ন কাৰণত সুবিধাজনক নহ'ব পাৰে কিন্তু এনে কৰিলে ইয়াৰ দ্বাৰা যৌন স্বাস্থ্য সুৰক্ষিত হয়।
যদি আপুনি testosteron বা estrogenৰ ভিত্তিত কোনো হৰমন লৈ আছে তেনেহলে সেইটো জন্মনিয়ন্ত্ৰৰ বাবে সম্পূৰ্ণ প্রভাৱশালী নহয়। যদি ই আপুনি জন্মনিয়ন্ত্রন হৰমনক ক্ষতি কৰিব বুলি চিন্তিত তেনেহলে আপুনি পূৰ্ৱপৰিকল্পিত পথ প্ৰদৰ্শনৰ তালিকাখন চাব পাৰে য'ত হৰমন ফ্রি বিকল্প ব্যৱস্থাৰ উল্লেখ আছে। যদি আপুনি যিকোনো সন্দেহত আছে তেনেহলে আপুনি এজন স্বাস্থ্য জনহিতকাৰৰ সহায় লব পাৰে আৰু জানিব পাৰে যে কোনটো প্রদ্ধতি আপোনাৰ বাবে উপযোগী হ'ব।
অন্যান্য কিটিপ সমূহৰ লগতে সুৰক্ষিত যৌন কাৰ্য সম্পৰ্কে জানিবলৈ Safer Sex for Trans Bodiesত চকু ফুৰাওক।