যদি আপুনি ভাৰতত আছে তেন্তে ইয়াত আপুনি ক'ত HIV/STD ৰ পৰীক্ষা কৰাব পাৰিব?
য'দিহে আপুনি U.Sত আছে , তেন্তে আপোনাৰ সমীপৱৰ্তী HIV পৰীক্ষণ কেন্দ্ৰ বিচাৰি উলিয়াবলৈ CDCৰ পৰীক্ষণ স্থলী(site)ত সন্ধান কৰক।
আৰু য'দিহে আপুনি U.Sৰ বাহিৰত আছে তেন্তে, AIDSMap.comত HIV পৰীক্ষণ সেৱা কেন্দ্ৰৰ সন্ধান কৰক।