PEP ৰ সম্পূৰ্ণ ৰূপটো হৈছে post-exposure prophylaxis. PrEP হৈছে এনে এক প্ৰতিৰোধ ব্যৱস্থা যিটো এজন এইচ আই ভি নিগেটিভ ব্যক্তিয়ে এই ভাইৰাছৰ সম্পৰ্কলৈ অহাৰ পূৰ্বেই গ্ৰহণ কৰে। আনহাতে PEP প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ জড়িয়তে ইতিমধ্যে এইচ আই ভি ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিয়ে এই ভাইৰাছৰ বংশ বৃদ্ধিত বাধা দিয়ে তথা এই ভাইৰাছে যাতে আক্ৰান্ত ব্যক্তিৰ দেহত বাহৰ পাতিব নোৱাৰে তাৰ সুৰক্ষা প্ৰদান কৰে।
অধিক তথ্যৰ বাবে Greater than AIDSৰ এই নব্বৈ মিনিটৰ ভিডিঅ'টো চাব পাৰে।