PrEP হৈছে HIVৰ বিৰুদ্ধে যুঁজ দিব পৰা এক বিশেষ কাৰ্যক্ষম আহিলা। এই চিকিৎসা ব্যৱস্থাৰ নিয়মিত ব্যৱহাৰৰ দ্বাৰা HIV সংক্ৰমণত বাধা প্ৰদান কৰিব পাৰি। অৱশ্যে PrEP য়ে অন্যান্য যৌন ৰোগ নিৰাময় কৰিব নোৱাৰে।
বৰ্তমান সময়ত HIV নিৰাময়ৰ বাবে ভাৰতত উপলব্ধ একমাত্ৰ বড়ি হৈছে TENVIR EM বা TD/FTC, যিটো প্ৰতি মাহে দৈনিক সেৱন কৰিব কৰিব লাগে। ইয়াৰ বাদে অৱশ্যে অন্যান্য দেশ কিছুমানত HIV নিগেটিভ ব্যক্তিয়ে PrEP হিচাপে ব্যৱহাৰ কৰিব পৰা ঔষধ বিধ হৈছে Truvada আৰু Descovy যিটো TENVIR EM বা TD/FTC ৰ দৰেই, কিন্তু ইয়াৰ উপলব্ধতা এতিয়াও বহু বাকী ।
অধিক তথ্যৰ বাবে Greater than AIDSৰ এই ৯০চেকেণ্ডৰ ভিডিঅ'টো চাব পাৰে।