এই প্ৰশ্নটোৰ উত্তৰ, আপুনি যি ধৰণৰ যৌন অভিসাৰত লিপ্ত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে। এজন ডাক্তৰে এইচ আই ভি পৰীক্ষণৰ বাবে প্ৰথমে উপদংশ ৰোগ সম্পৰ্কে নিশ্চিত হ'বলৈ এটা তেজ পৰীক্ষা আৰু STDৰ বাৱে প্ৰসাৱ পৰীক্ষা কৰে। য'দিহে আপুনি মুখৰ দ্বাৰা যৌন অভিসাৰ উপভোগ কৰিছে তেন্তে আপোনাৰ চিকিৎসক জনে আপোনাৰ মুখৰ ভিতৰখন পৰীক্ষা কৰিছেনে নাই নিশ্চিত হওঁক। আকৌ য'দি আপুনি 'বটম'(bottom) হৈ যৌন সম্ভোগ কৰিছে তেন্তে চিকিৎসকে আপোনাৰ গুহ্যদ্বাৰ পৰীক্ষা কৰাটোৱো সমানেই প্ৰয়োজনীয়।
ইয়াৰোপৰি অতিকমেও এবাৰ হ'লেও হেঁপাটাইটিছ-বি আৰু হেঁপাটাইটিছ-ছি ৰ পৰীক্ষা কৰোৱাটো বাঞ্চনীয়।
অধিক তথ্যৰ বাবে Greater Than AIDS এক মিনিটৰ ভিডিঅ'টো চাব পাৰে।